অসমীয়া সংস্কৃতিৰ স্বৰূপ - Axtarish в Google
উত্তৰঃ অসমীয়া ভাষাত লোক-সংস্কৃতিৰ সমাৰ্থকৰূপে ইংৰাজী Folk Lore শব্দটোৰ প্ৰয়োগ কৰা হয়। প্ৰশ্ন ২। ফলত Lore শব্দটো কোন দুটা শব্দৰ যৌগিক ৰূপ ? উত্তৰঃ Folk Lore শব্দটো Folk আৰু Lore এই শব্দ দুটাৰ যৌগিক ৰূপ ...
হ'ল এনে এক জটিল সংযুতি যি সমাজৰ অন্তৰ্ভুক্ত সদস্য হিচাপে মানুহে আহৰণ কৰা. জ্ঞান, কলা, ৰীতি-নীতি, আইন-কানুন, আচাৰ-ব্যৱহাৰ, বিশ্বাস, উৎসৱ-অনুষ্ঠান, নৈতিকতা,. অভ্যাস আৰু অন্যান্য সামাজিক সামর্থ্যক সামৰি লয়।
অসমীয়া সংস্কৃতিৰ গঠনৰ ধাৰাটোৰ বৰঙণি যোগোৱা আন এটা জনগোষ্ঠী হৈছে– চাহ জনগোষ্ঠী। ঊনবিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশক মানত চাহ শিল্পত বনুৱা ৰূপত কাম কৰিবলৈ পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰ, উৰিষ্যা আদিৰ পৰা যথেষ্ট সংখ্যক লোকক ...
সংস্কৃতি : (ইংৰাজী: culture) শব্দৰ অৰ্থ হ'ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি৷ ই ...
সংস্কৃতি কি? ইয়াৰ সংজ্ঞা আৰু স্বৰূপ সম্বন্ধে এটা সুস্পষ্ট ধাৰণা দিয়া কঠিন৷ অসমীয়া ভাষা-সাহিত্যৰ মাজতো এই শব্দটোৱে কেতিয়াৰ পৰা নিগাজিকৈ সোমাই পৰিল সেই বিষয়েও নিশ্চিতকৈ ক'ব নোৱাৰি৷ সংস্কৃতিৰ লগত সততে জড়িত হৈ থাকে এখন সমাজ আৰু ...
সংস্কৃতি : সংজ্ঞা আৰু স্বৰূপ/৯৯. Page 2. ৬.০১ অষ্ট্ৰেলীয়সকলৰ সাংস্কৃতিক উপাদান. অষ্ট্ৰেলীয়সকলৰ সংস্কৃতিৰ উপাদান অসমীয়া সংস্কৃতিৰ দীঘে-বাণিয়ে.
বুৎ পত্তিগত অৰ্থৰ পৰা দেখা যায় যে যিকোনো কাৰ্য্যক জাৰি ফুকি মসৃন কৰাই সংস্কৃতি। বিখ্যাৎ সমাজবিজ্ঞানী Tylore ৰ মতে 'সংস্কৃতি হৈছে এটা জটিল সম্পূৰ্ণৱস্থা যিয়ে সমাজৰ. প্রতিনিধি হিচাপে মানুহে আহৰণ কৰি লোৱা জ্ঞান, বিশ্বাস, কলা, ...
ইয়াৰ পূৰ্বৱৰ্তী অধ্যায়টোত আপুনি সংস্কৃতিৰ স্বৰূপ বিচাৰ সম্পৰ্কে অধ্যয়ন কৰিলে। ... ) (২০০৩); অসমীয়া জাতি আৰু সংস্কৃতি; অসমীয়া বিভাগ,.
Novbeti >

 -  - 
Axtarisha Qayit
Anarim.Az


Anarim.Az

Sayt Rehberliyi ile Elaqe

Saytdan Istifade Qaydalari

Anarim.Az 2004-2023